"৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা সদৌ অসম ভিত্তিক ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা"
“৭৭ সংখ্যক স্বাধীনতা দিৱস” উপলক্ষে “আমাৰ বিদ্যা শিক্ষা কেন্দ্ৰ”ই আয়োজন কৰা “সদৌ অসম ভিত্তিক ৰচনা প্ৰতিযোগিতা”খনিত সমূহ ৰচনাৰ পৰা পুৰস্কাৰৰ বাবে ক-শাখাৰ বাবে তিনিখন আৰু খ-শাখাৰ বাবে তিনিখন ৰচনা বিচাৰক মহোদয়ে নিৰ্বাচিত কৰিছে ।এই চেগতে প্ৰতিযোগিতাক অংশগ্ৰহণ কৰা আটাইলৈ মৰম আৰু শুভেচ্ছা জনালোঁ।আগন্তুক দিনটো তেওঁলোকে যেন লিখা-মেলাৰ লগত জড়িত হৈ থাকে আৰু আমাৰ বিদ্যাই পাতি থকা অনুষ্ঠান সমূহত অংশগ্ৰহণ কৰে।
তলত নামবোৰ উল্লেখ কৰা হ’ল-
ক-শাখা
প্ৰথম স্থানঃ- তন্ময় ডেকা, তামুলপুৰ
দ্বিতীয় স্থানঃ- দ্বীপশিখা কলিতা, কমলপুৰ
তৃতীয় স্থানঃ- হৰ্ষিতা নাথ,কামৰূপ
খ-শাখা
প্ৰথম স্থানঃ-কংকনা শইকীয়া,কলিয়াবৰ
দ্বিতীয় স্থানঃ-ইনামূল হাচান, গোলাঘাট
তৃতীয় স্থানঃ- তৃষ্ণামণি দাস,বাগচা
বিজয়ী প্ৰতিযোগি সকললৈ আমাৰ বিদ্যা শিক্ষা কেন্দ্ৰৰ পৰা অফুৰন্ত শুভেচ্ছাৰ লগতে শুভকামনা জনালোঁ।বিজয়ী প্ৰতিযোগী সকলে পুৰস্কাৰ সম্পৰ্কে আমাৰ বিদ্যা শিক্ষা কেন্দ্ৰৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোঁৱা হ'ল।