Class 8 English Text Book Question Answer (Jatiya Vidyalaya Syllabus) Lesson 6 : Manipur, The Jewel of North East

 

Class 8 English Text Book Question Answer

(Jatiya Vidyalaya Syllabus)


amarvidya.in


LESSON 6

MANIPUR, THE JEWEL OF NORTHEAST


1. Answer each of the following questions in a single sentence.

a) Where does Smiriti’s uncle live?

(স্মৃতিৰ খুড়াত বাস কৰে?)

Ans: Smiriti’s uncle lives in Imphal, the capital city of Manipur.

(স্মৃতিৰ খুড়াক মণিপুৰৰ ৰাজধানী ইম্ফলত বাস কৰে।)


b)  What is Manipur called?

(মণিপুৰক কি বুলি কোৱা হয়?)

Ans: Manipur is called the land of jewel.

(মণিপুৰক ৰত্নৰ ভূমি বুলি কোৱা হয়।)


c) When did Manipur come under the British rule?

(মণিপুৰ কেতিয়া বৃটিছৰ শাসনলৈ আহিছিল?)

Ans: Manipur came under the British rule in 1891.

(মণিপুৰ ১৮৯১ চনত বৃটিছৰ শাসনলৈ আহিছিল।)


d) When did it become a full fledged state of India?

(কেতিয়া ই সম্পূৰ্ণৰূপে ভাৰতৰ ৰাজ্য হৈছিল?)

Ans: After independence of India in 1947 it (Manipur) became a full fledged state of India.

( ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পিছতে ই (মণিপুৰ) সম্পূৰ্ণৰূপে ভাৰতৰ ৰাজ্য হৈছিল।)


e) Who are the two Arjuna award winners from Manipur?

(মণিপুৰৰ পৰা অৰ্জুন বঁটা বিজয়ী ব্যক্তি দুজন কোন?)

Ans: The two Arjuna award winners from Manipur are Kunjarani Devi and MC Marykom.

(মণিপুৰৰ পৰা অৰ্জুন বঁটা বিজয়ী ব্যক্তি দুজন হৈছে কুঞ্জৰাণী দেৱী আৰু এমচি মেৰিকম।)


f) What is the speciality of Ima market?

(ইমা বজাৰৰ বৈশিষ্ট্য কি?)

Ans: The speciality of the Ima market is that it is the biggest market in Asia which is run by women only.

(ইমা বজাৰৰ বৈশিষ্ট্য হৈছে ই এছিয়াৰ আটাইতকৈ ডাঙৰ বজাৰ যাক কেৱল মহিলাৰ দ্বাৰা চলোৱা হয়।)


g) Where is the only floating national park of India situated?

(ভাৰতৰ একমাত্ৰ ওপঙি থকা ৰাষ্ট্ৰীয় উদ্যান খন কত অৱস্থিত?)

Ans: The only floating national park of india Keibul Lamjao is situated in Manipur.

(ভাৰতৰ একমাত্ৰ ওপঙি থকা ৰাষ্ট্ৰীয় উদ্যান কেইবুল লামজাও মণিপুৰত অৱস্থিত।)


2. Give brief answers:

a) What is the unique feature of Manipuri culture?

(মণিপুৰৰ সংস্কৃতিৰ চকুত লগা দিশটো কি?)

Ans: Manipur has a unique feature in culture. They are very rich and sincere in culture. Many tribes like Meitei, Kuki, Naga, Mizo,and many others have contributed to enrich its culture. The people of Manipur are artistic and creative by nature. Their handloom and handicraft products are the best example of their artistic mind.

(মণিপুৰৰ সংস্কৃতিৰ এটা চকুত লগা দিশ আছে। তেওঁলোক সংস্কৃতিত অতিকৈ ধনী আৰু নিভাঁজ। বিভিন্ন জনগোষ্ঠী, যেনে মেইটেই, কুকি, নগা, মিজো আৰু বহুতে সংস্কৃতিটোক সমৃদ্ধ কৰিবলৈ নিজৰ অৱদান আগবঢ়াইছে। মণিপুৰৰ লোকসকল সৃজনীমূলক আৰু শিল্পসুলভ। তেওঁলোকৰ হাতেবোৱা তাঁতশাল আৰু হাতেৰে নিৰ্মিত সামগ্ৰী ইয়াৰ উল্লেখনীয় উদাহৰণ।)


b) Write the boundaries of Manipur.

(মণিপুৰৰ চাৰিসীমা লিখা।)

Ans:  The boundaries of Manipur is that to the north of the state there is Nagaland, in the south there is Mizoram, Cachar district of Assam in the west of the state and in east there is Myanmar.

(মণিপুৰৰ উত্তৰে নাগালেণ্ড, দক্ষিণে মিজোৰাম, পশ্চিমে অসমৰ কাছাৰ জিলা আৰু পূবে ম্যানমাৰ অৱস্থিত।)


c) What are the festivals celebrated in Manipur?

(মণিপুৰত কি কি উৎসৱ পালন কৰা হয়?)

Ans:  Manipur is a place of festivals. Many festivals are celebrated in Manipur. The main festival of Manipur is Laiharaoba. Some other popular festivals of Manipur are Doljatra, Roth jatra, Cheiraoba etc. All these festivals are celebrated very happily and joyfully in Manipur.

(মণিপুৰ উৎসৱৰ ঠাই। ইয়াত বিভিন্ন উৎসৱ পালন কৰা হয়। মণিপুৰৰ প্ৰধান উৎসৱ হৈছে লাইহাৰাওবা। অন্য জনপ্ৰীয় উৎসৱ সমূহ হৈছে দৌলযাত্ৰা, ৰথ যাত্ৰা, চেইৰাওবা ইত্যাদি। এই আটাইবোৰ উৎসৱে মণিপুৰত উলহ মালহেৰে পালন কৰা হয়।)


d) What is the historical importance of Moirang?

(মইৰাঙৰ ঐতিহাসিক গুৰুত্বটো কি?)

Ans:  Moirang is situated in Manipur. The historical importance of Moirang is that in this place Netaji Subhas Chandra Bose hoisted the first flag of Azad Hind Fauz .

(মইৰাং মণিপুৰত অৱস্থিত। ইয়াৰ ঐতিহাসিক গুৰুত্বটো হল নেতাজী সুভাষ চন্দ্ৰ বসুয়ে আজাদ হিন্দ ফৌজৰ প্ৰথম পতাকা খন ইয়াতেই উত্তোলন কৰিছিল।)


3. What is the contribution of Manipur in the field of sports?

(খেল জগতত মণিপুৰৰ অৱদান কি?)

Ans: Manipur has contributed a lot in the field of sports. The people of Manipur are very much interested in sports. Manipur has strong associations with sports. This state produced many sportspersons in India.  The weightlifter Kunjarani devi and Sanamacha Chanu brought glory to India. The boxer Dingko Singh and MC Merykom also won many medals at the national and international levels. In the field of football and hockey, Manipuri players has shown their talent.

(মণিপুৰে খেল জগতত বহুতো অৱদান আগবঢ়াইছে। মণিপুৰৰ লোকসকল খেলত বহু পৰিমাণে আগ্ৰহী। মণিপুৰ খেলৰ লগত দৃঢ়ভাৱে জৰিত। এই ৰাজ্যখনে বহুতো খেলুৱৈ ভাৰতক প্ৰদান কৰিছে। ভাৰোত্তোলক কুঞ্জৰাণী দেৱী আৰু চানামাছা চানুই ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। বক্সাৰ ডিংকো সিং আৰু এমচি মেৰিকমেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুত পদক আনিছে। ফুটবল আৰু হকী জগততো মণিপুৰৰ খেলুৱৈয়ে নিজৰ নিজৰ প্ৰতিভা দেখুৱাই আহিছে।)


4. What are the places visited by Smriti during her stay in Manipur?

(স্মৃতিয়ে মণিপুৰত থকা সময়খিনিত কি কি ঠাই পৰিদৰ্শন কৰিছিল?)

Ans: During her stay in Manipur she visited many places around the town. She liked shri shri Govindaji temple. Smriti visited Swahid Miner war cemetery, Orchid centre. She also visited Asia’s biggest market,  Ima market. There is a place namely Moirang. It is a historical place. Smrit also visited the famous Loktok lake which is three kilometers away from Moirang. Apart from this, Smriti visited Keibul Lamjao, the only floating national park of India.  At last she visited a rare species of deer namely “Sangai.”

(স্মৃতিয়ে মণিপুৰত থকা সময়খিনিত বিভিন্ন ঠাই পৰিদৰ্শন কৰিছিল। তাই শ্ৰী শ্ৰী গোবিন্দজী মন্দিৰ ভাল পাইছিল। স্মৃতিয়ে শ্বহীদ মিনাৰ যুদ্ধ সমাধিক্ষেত্ৰ, অৰ্কিড কেন্দ্ৰ পৰিদৰ্শণ কৰিছিল। তাই লগতে এছিয়াৰ বৃহৎ বজাৰ ইমা বজাৰো পৰিদৰ্শন কৰিছিল। তাত মইৰাং নামৰ এখন ঠাই আছে। এইখন এখন ঐতিহাসিক ঠাই। মইৰাঙৰ পৰা তিনি কিলোমিটাৰ আঁতৰত থকা বিখ্যাত লোকতক হ্ৰদো তাই পৰিদৰ্শন কৰিছিল। লগতে তাই ভাৰতৰ একমাত্ৰ ওপঙা ৰাষ্ট্ৰীয় উদ্যান কেইবুল লামজাও পৰিদৰ্শন কৰিছিল। শেষত তাই দুৰ্লভ প্ৰজাতিৰ হৰিণ চাঙগাই” পৰিদৰ্শন কৰিছিল।)


Notes created by : Abdul Maid Choudhury. (M.A., B.Ed.)

Post a Comment

New comments are not allowed.*

Previous Post Next Post