Interesting Facts (আমোদজনক কথা)

 

😲     Interesting Facts     😲


amarvidya.in


) পৃথিৱীৰ কোন দেশত এজোপা গছত একেলগে ২৩ ধৰণৰ ফল লাগে?

উ: চাইপ্ৰাছ চিচকোৰ।

) কোন দেশত তিনিমহীয়া শিশুক সাঁতোৰা শিকোৱা হয়?

উ: পশ্চিম জাৰ্মানীত।

) মানুহে কোনবিধ তৰল খাদ্য খাই গোটেই জীৱন বাচি থাকিব পাৰে?

উ: গাখীৰ।

) কোন দেশত কঠাল গছত খেজুৰৰ ৰস পোৱা যায়?

উ: বাংলাদেশত।

) পৃথিৱীৰ আটাইতকৈ ওখ আৰু বিখ্যাত গছ কোনটো?

উ: কিলিফোৰ্ণিয়া গছ। ৫৬০ ফুট ওখ, গছ জোপাৰ বয়স প্ৰায় এহেজাৰ বছৰ।

) মাংসহাৰী গছ ক'ত পোৱা যায়?

উ: দক্ষিণ আফ্ৰিকাত।

) বৰষুণ দিয়া গছ ক'ত পোৱা যায়?

উ: দক্ষিণ আফ্ৰিকাত।

) কোন প্ৰাণীয়ে সাতোৰি সাতোৰি পিছলৈ যায়?

উ: অক্টোপাছ।  🐙

) কোন চৰায়ে উৰি যাওঁতে কণী পাৰে?

উ: হোমা চৰায়ে।

১০) হাত আৰু ভৰিত ৭ টাকৈ আঙুলি থকা মানুহ ক'ত আছে?

উ: স্পেইনৰ মাদ্ৰিদ চহৰৰ ওচৰৰ ফেৰ তৰাডিবুই ট্ৰাগো নামৰ গাঁৱত।

১১) কোন ঠাইৰ মহিলাই বিয়াৰ আগলৈকে গছৰ ওপৰত ৰাতি কটায়?

উ: নিউ গায়নাৰ মহিলাই।

১২) কোন ঠাইৰ মানুহে অকল সুহুৰি বজায় কথা পাতে?

উ: কেনাৰী দ্বীপপুঞ্জৰ অধিবাসী সকলে।

১৩) কোন দেশৰ মানুহে মাটি খাই জীৱন নিৰ্বাহ কৰে?

উ: আফ্ৰিকাৰ আদিবাসী সকলে নীল নদীৰ মাটি পুৰি খাই জীৱন নিৰ্বাহ কৰে।

১৪) কোন পশুৱে পানী নাখায়?

উ: আফ্ৰিকাৰ কৃষ্ণমৃগ পশুৱে।

১৫) কোন দেশত কৰ নাই, সৈন্য নাই, পুলিচ নাই?

উ: এণ্ডোৰা।



১৬)কোন মাছে গছত বাঁহ সাজে?

উ: স্পিডল মাছ।

১৭) কোন জন্তুৱে চকু আৰু নাকেৰে নিঃশ্বাস এৰে?

উ: হৰিণা।  🦌

১৮) কোন প্ৰাণীৰ কোনো লিঙ্গ পৰিচয় নাই আৰু চকুৰেও নেদেখে?

উ: কেঁচু আৰু উই।

১৯) কোন চৰায়ে মানুহৰ নিচিনাকৈ খোজকাঢ়ে?

উ: পেংগুইন।  🐧

২০) কোন চৰাইৰ ডেউকা নাই?

উ: কিউ ই চৰাইৰ।

Post a Comment

New comments are not allowed.*

Previous Post Next Post