“আমাৰ বিদ্যা শিক্ষা কেন্দ্ৰ”ৰ উদ্যোগত
৭৬ সংখ্যক স্বাধীনতা দিৱস, ২০২৩ উপলক্ষে
সদৌ অসম ভিত্তিত
ৰচনা প্ৰতিযোগিতা
প্ৰতিযোগিতাৰ
নিয়মাৱলী
‘ক’ শাখা (৪০০ শব্দৰ ভিতৰত)
(পঞ্চম শ্ৰেণীৰ পৰা
অষ্টম শ্ৰেণীলৈ)
বিষয় (যিকোনো এটা)-
(১) ভাৰতৰ স্বাধীনতা দিৱস
(২) শ্বহীদ মণিৰাম দেৱান
ভৰ্তি মাচুল (Registration) = 40 টকা
‘খ’ শাখা (৭৫০ শব্দৰ ভিতৰত)
(নৱম শ্ৰেণীৰ পৰা
স্নাতক বৰ্ষলৈ)
বিষয় (যিকোনো এটা)-
(১) ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা
(২) ভাৰতৰ স্বাধীনতা দিৱসৰ তাৎপৰ্য্য
ভৰ্তি মাচুল (Registration) = 60 টকা
- প্ৰতিযোগীয়ে ৰচনা লিখিবলৈ অসমীয়া ভাষাৰ ব্যৱহাৰ কৰিব লাগিব।
- প্ৰতিযোগিতাৰ ফলাফল দুয়োটা শাখাতে ১ম, ২য়, ৩য় স্থানত ঘোষণা কৰা হ’ব।
- বিজয়ী প্ৰতিযোগীয়ে “আমাৰ বিদ্যা”ৰ ফালৰ পৰা নগদ ধনৰ পুৰস্কাৰ, কিতাপৰ টোপোলাৰ লগতে মানপত্ৰ লাভ কৰিব।
- এগৰাকী প্ৰতিযোগীয়ে এখন ৰচনাহে পঠিয়াব পাৰিব।
- প্ৰতিযোগীয়ে ৰচনা লেখাৰ প্ৰথম পৃষ্ঠাত তেওঁলোকৰ নাম, শ্ৰেণী/ষাণ্মসিক, বিদ্যালয়/মহাবিদ্যালয়ৰ নাম, সম্পূৰ্ণ ঠিকনা উল্লেখ কৰিব লাগিব।
- কেৱল স্কেন পিডিএফ (Scan PDF) কপি গ্ৰহণ কৰা হব বা A4 Size Paper ত হাতে লিখিও তলত উল্লিখিত কাৰ্য্যালয়ৰ ঠিকনাত জমা দিব পাৰিব।
- ৰচনা প্ৰতিযোগিতাৰ ভৰ্তি মাচুল অনলাইন মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব।
- স্কেন পিডিএফ(Scan PDF)ৰ লগত ভৰ্তি মাচুল পঠিওৱাৰ একোখন Screenshot তলত উল্লিখিত ফোন নম্বৰত পঠিয়াব লাগিব। অন্যথা ৰচনাখন প্ৰতিযোগিতাৰ বাবে গ্ৰহণ কৰা নহ’ব।
- পুৰস্কাৰ সমূহ ডাকযোগে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ’ব।
- বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হ’ব।
পুৰস্কাৰ
সমূহ
ক-শাখা
১ম : ৭৫১ টকা
২য় : ৫৫১ টকা
৩য় : ৩৫১ টকা
খ-শাখা
১ম : ১২০১ টকা
২য় : ৯০১ টকা
৩য় : ৬০১ টকা
হাতে জমা দিয়াৰ ঠিকনা: বিদ্যাজ্যোতি নিকেতন, গাছবাৰী, কামৰূপ (অসম)
ৰচনাৰ লগতে ভৰ্তি মাচুল সমূহ তলৰ যিকোনো এটা নম্বৰত
পঠিয়াবলৈ অনুৰোধ জনালোঁ -
Mobile No: 8473924415 (Google Pay / Paytm); 9365989861 (Google Pay / PhonePe); 7086768321 (PhonePe); 6001319727 (Google Pay)
ৰচনা পঠিওৱাৰ অন্তিম তাৰিখ- ১৩ আ গষ্ট, ২০২৩
প্ৰতিযোগিতাৰ ফলাফল ১৫ আগষ্ট ২০২৩
তাৰিখে আমাৰ Website www.amarvidya.in ত ঘোষণা কৰা হ’ব।
অধিক তথ্যৰ বাবে যোগাযোগ কৰক : 60021 70056