Class 8 English Text Book Question Answer (Jatiya Vidyalaya Syllabus) Lesson 1 : Stealing and Atonement

 

Class 8 English Text Book Question Answer

(Jatiya Vidyalaya Syllabus)


Class 8 English Text Book Question Answer  (Jatiya Vidyalaya Syllabus)  Lesson 1  Stealing and Atonement

Lesson 1

Stealing and Atonement


Exercise

1. Answer the following questions in single sentences from your text.

(তোমাৰ কিতাপৰ পৰা তলৰ প্ৰশ্ন সমূহৰ উত্তৰ এটা বাক্যত দিয়া।)


a) At what age did Gandhi steal for the first time?

(কিমান বছৰ বয়সত গান্ধীয়ে প্ৰথমবাৰৰ বাবে চুৰ কৰিছিল?)

Ans- Gandhi stole for the first time at the age of twelve or thirteen.

(১২-১৩ বছৰ বয়সত গান্ধীয়ে প্ৰথমবাৰৰ বাবে চুৰ কৰিছিল।)


b) What did Gandhi steal gold from?

(গান্ধীয়ে কিহৰ পৰা সোণ চুৰ কৰিছিল?)

Ans- Gandhi stole gold from his meat eating brother's armlet.

(গান্ধীয়ে তেওঁৰ ককায়েকৰ বাহুত পিন্ধা অলংকাৰৰ পৰা সোণ চুৰ কৰিছিল।)


c) To whom did Gandhi decide to confess?

(গান্ধীয়ে কাৰ আগত দোষ স্বীকাৰ কৰাৰ সিদ্ধান্ত লৈছিল?)

Ans- Gandhi decided to confess to his father.

(গান্ধীয়ে তেওঁৰ দেউতাকৰ আগত দোষ স্বীকাৰ কৰাৰ সিদ্ধান্ত লৈছিল।)


d) What did Gandhi write on the note to his father?

(গান্ধীয়ে দেউতাকক দিয়া টোকাত কি লিখিছিল?)

Ans- Gandhi wrote his confession about stealing gold and copper on the note and asked forgiveness from his father.

(গান্ধীয়ে তেওঁ চুৰ কৰা সোণ আৰু কপাৰৰ দোষ স্বীকাৰোক্তি লিখিছিল আৰু ইয়াৰ বাবে ক্ষমা বিচাৰিছিল।)


e) Why was Gandhi's father confined to bed?

(গান্ধীৰ দেউতাক কিয় শয্যাগত হৈছিল?)

Ans- Gandhi's father was suffering from a fistula and that's why he was confined to bed.

(গান্ধীৰ দেউতাক ফিচটুলা বেমাৰত ভুগি আছিল বাবে শয্যাগত হৈছিল।)


f) What was Gandhi's father's first reaction after reading the note?

(টোকাখন পঢ়াৰ পিছত গান্ধীৰ দেউতাকে কিদৰে সঁহাৰি জনাইছিল?) 

Ans- After reading the note, the first reaction of Gandhi's father's was tears came down to his cheek.

(টোকাখন পঢ়াৰ পিছত গান্ধীৰ দেউতাকৰ গালেৰে চকুপানী নিগৰি গৈছিল।)


g) What did Gandhi think his father would do after reading the note?

(টোকাখন পঢ়াৰ পিছত গান্ধীয়ে তেওঁৰ দেউতাকে কি কৰিব বুলি ভাবিছিল?)

Ans- Gandhi had thought that his father would be angry, say hard things and strike his forehead after reading the note.

(টোকাখন পঢ়াৰ পিছত গান্ধীয়ে তেওঁৰ দেউতাকৰ বহুত খং উঠিব বুলি ভাবিছিল, টান কথা শুনাব বুলি ভাবিছিল আৰু কপাল চপৰিয়াব বুলি ভাবিছিল।)


2. Give brief answers to the following questions.

(তলৰ প্ৰশ্নসমূহৰ বহলাই উত্তৰ দিয়া।)


a) Why and how Gandhi steal gold?

(কিয় আৰু কেনেকৈ গান্ধীয়ে সোণ চুৰ কৰিছিল?)

Ans- Gandhi's brother had run into a debt of about twenty five rupees. To clear his debt Gandhi stole the gold.

         He stole the gold by clipping a bit from his brother's armlet.

       (গান্ধীৰ ককায়েকে ২৫ টকাৰ ধাৰৰ সন্মুখীন হৈছিল। সেই ধাৰ পৰিশোধ কৰিবলৈ গান্ধীয়ে সোণ চুৰ কৰিছিল।

       তেওঁ সোণখিনি তেওঁৰ ককায়েকৰ বাহুত পিন্ধা অলংকাৰৰ পৰা এৰুৱাই চুৰ কৰিছিল।)


b) How did Gandhi feel after stealing?

(চুৰ কৰাৰ পিছত গান্ধীৰ কেনেকুৱা অনুভব হৈছিল?)

Ans- After stealing Gandhi could not bear his guilt. He resolved never to steal again. He also made up his mind to confess it to his father.

(চুৰ কৰি উঠি গান্ধীয়ে নিজৰ অপৰাধ সহ্য কৰিব পৰা নাছিল। তেওঁ আৰু কেতিয়াও চুৰ নকৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ লগতে এই অপৰাধ তেওঁৰ দেউতাকৰ আগত স্বীকাৰ কৰাৰ সিদ্ধান্ত লৈছিল।)


c) What did Gandhi's father do after receiving the confession note?

(গান্ধীৰ দেউতাকে স্বীকাৰোক্তি টোকাখন পোৱাৰ পিছত কি কৰিছিল?)

Ans- After receiving the confession note Gandhi's father had read the note. Then tears came down to his cheek. For a moment he closed his eyes in thought and then tore up the note. He had sat up to read the note. He again lay down.

(স্বীকাৰোক্তি টোকাখন পোৱাৰ পিছত গান্ধীৰ দেউতাকে টোকাখন পঢ়িছিল। পিছত তেওঁৰ গালেৰে চকুপানী নিগৰি গৈছিল। কিছু সময়ৰ বাবে তেওঁ কিবা চিন্তাত চকু মুদিচিল আৰু পিছত টোকাখন ফালি পেলাইছিল। তেওঁ টোকাখন পঢ়িবলৈ উঠি বহিছিল। পিছত আকৌ তেওঁ শুই পৰিছিল।)


d) What is the purest type of repentance?

(অনুতাপৰ একেবাৰে বিশুদ্ধ ধৰণ কি?)

Ans- The purest type of repentance is a clear confession, combined with a promise never to commit the sin again.

(অনুতাপৰ একেবাৰে বিশুদ্ধ ধৰণ হ'ল মুকলি স্বীকাৰোক্তি য'ত পুনৰাই আৰু সেই ভুল নকৰাৰ প্ৰতিশ্ৰুতি লোৱা হয়।)


3. Why did Gandhi call the incident an object lesson in "Ahimsa"?

(গান্ধীয়ে ঘটনাটোক অহিংসাৰ এটা পাঠ বুলি কিয় কৈছিল?)

Ans- Gandhi thought after reading his confession note his father would be angry, say hard things and strike his forehead. But his father did not do like that. He cried and lay down again in his bed. Gandhi also cried. The tears drops cleansed Gandhi's heart and washed away his sin. Gandhi realized that this act of sublime forgiveness was the result of his clear peaceful confession, which he termed as "Ahimsa". Ahimsa has the greatest power among all. That's why Gandhi called the incident an object lesson in Ahimsa.

(গান্ধীয়ে ভাবিছিল দেউতাকে স্বীকাৰোক্তি টোকাখন পঢ়ি খং কৰিব, টান কথা শুনাব আৰু কপালত চপৰিয়াব। কিন্তু তেওঁ এইবোৰ একো কৰা নাছিল। তেওঁ চকুপানী টুকিছিল আৰু বিছনাত শুই পৰিছিল। গান্ধীৰো চকুপানী ওলাইছিল। এই চকুপানীয়ে দানিধীৰ মনটো মুকলি কৰিছিল আৰু তেওঁ কৰা পাপ ধুৱাই নিছিল। গান্ধীয়ে উপলব্ধি কৰিছিল ক্ষমা কৰি দিয়াৰ এই ঘটনাই তেওঁৰ শান্তিপূৰ্ণ স্বীকাৰোক্তিৰ ফলস্বৰূপ, যাক তেওঁ অহিংসাৰ নাম দিছিল। অহিংসাই আটাইতকৈ ডাঙৰ শক্তি। সেয়েহে গান্ধীয়ে ঘটনাটোক অহিংসাৰ এটা পাঠ বুলি কৈছিল।)


4. What qualities of Gandhi's character are reflected in this lesson?

(এই পাঠটোৱে গান্ধীৰ কি চৰিত্ৰ প্ৰকাশ কৰে?)

Ans- In this lesson, we get to know about Gandhi's character. He was a man of Ahimsa. Truthfulness was his main things. When he stole gold he could not bear the guilt which was shows his quality of good character. He was brave enough to confess his guilt. He had huge love and respect to his father.

(এই পাঠটোৱে গান্ধীৰ কিছুমান চৰিত্ৰ প্ৰকাশ কৰে। তেওঁ অহিংসাত বিশ্বাস কৰা ব্যক্তি আছিল। সত্যবাদীতা তেওঁৰ চৰিত্ৰত মূলমন্ত্ৰ আছিল। সোণ চুৰ কৰি তেওঁ এই অপৰাধৰ অনুসোচনাত থাকিব পৰা নাছিল যিয়ে তেওঁৰ ভাল চৰ্ত্ৰক উদঙাই দিয়ে। তেওঁ নিজৰ ভুল স্বীকাৰ কৰিব পৰাকৈ সাহসীও আছিল। তেওঁৰ নিজৰ দেউতাকৰ প্ৰতি বহুত ভালপোৱা আৰু সন্মান আছিল।)


5. Write true and false.

(সত্য নে অসত্য লিখা।)

a) One of Gandhi's brother ran into a debt.

(গান্ধীৰ ককায়েকৰ মাজৰ এজনে ধাৰৰ মুখামুখী হৈছিল।)

Ans- True. (সত্য)

b) Gandhi's father often beat him.

(গান্ধীৰ দেউতাকে তেওঁক প্ৰায়ে মাৰিছিল।)

Ans- False. (অসত্য)

c) Gandhi requested his father to punish him for stealing.

(গান্ধীয়ে তেওঁৰ দেউতাকক চুৰ কৰা বাবে শাস্তি দিবলৈ অনুৰোধ জনাইছিল।)

Ans- True. (সত্য)

d) Gandhi's father wept after reading the confession.

(গান্ধীৰ দেউতাকে স্বীকাৰোক্তিখন পঢ়ি উচুপি উঠিছিল।)

Ans- True. (সত্য)

e) The power of Ahimsa is limited.

(অহিংসাৰ শক্তি পৰিসীমিত।)

Ans- False. (অসত্য)

f) Gandhi's father's love for him decreased after the incident.

(এই ঘটনাটোৰ পিছত গান্ধীৰ দেউতাকৰ মৰম তেওঁলৈ কমি গৈছিল।) 

Ans- False. (অসত্য)



Post a Comment

New comments are not allowed.*

Previous Post Next Post