ভাৰতৰ ৰাজ্য,ৰাজধানী, প্ৰত্যেক ৰাজ্যৰে জিলাৰ নাম আৰু প্ৰধান ভাষাসমূহ-

আমাৰ বিদ্যা
ভাৰতৰ মেপ

ভাৰতৰ ৰাজ্য,ৰাজধানী সমূহৰ নাম লগতে প্ৰত্যেক ৰাজ্যৰে জিলাৰ আৰু প্ৰধান ভাষাসমূহ-

 ৰাজ্য

 ৰাজধানী

 জিলা

 প্ৰধান ভাষাসমূহ

 অন্ধ্ৰপ্ৰদেশ

অমৰাৱতী

১৩ 

তেলেগু,উৰ্দু 

 অৰুণাচল

 ইটানগৰ

২৬ 

 ইংৰাজী,স্থানীয় ভাষা

 অসম

দিছপুৰ 

 ৩৩

 অসমীয়া,বড়ো,কাৰ্বি

 বিহাৰ

পাটনা 

 ৩৪

হিন্দী,উৰ্দু 

 চত্তিশগড়

ৰায়পুৰ 

 ২৭

হিন্দী,চত্তিশগড়ী 

 গোৱা

পানাজি 

 

কোংকনি,মাৰাঠী 

 গুজৰাট

 গান্ধীনগৰ

 ৩৩

 গুজৰাটী

 হাৰিয়ানা

চন্দীগড়

 ২২

হিন্দী

 হিমাচল প্ৰদেশ

 চিমলা

 ১২

 হিন্দী ,পাহাৰী

 জন্মু আৰু কাশ্মীৰ

শ্ৰী নগৰ আৰু জন্মু 

 ২২

উৰ্দু,কাশ্মীৰী,ডোগ্ৰা 

 ঝাৰখণ্ড

ৰাঁচী 

 ২৪

হিন্দী 

 কৰ্ণাটক

বেংগালুৰু 

 ৩০

কানাড়া 

 কেৰালা

তিৰুৱনন্তপুৰম 

 ১৪

মালায়ালম 

 মধ্যপ্ৰদেশ

ভূপাল 

 ৫২

হিন্দী 

 মহাৰাষ্ট্ৰ

মুম্বাই 

 ৩৬

মাৰাঠী 

 মণিপুৰ

 ইম্ফল

 ১৬

মণিপুৰী 

 মেঘালয়

শ্বিলং 

 ১১

খাছি,গাৰো,ইংৰাজী 

 মিজোৰাম

আইজল 

 

মিজো,ইংৰাজী 

 নাগালেণ্ড

কহিমা 

 ১১

ইংৰাজী,স্থানীয় ভাষা 

 উৰিষ্যা

ভুৱনেশ্বৰ 

 ৩০

উড়িয়া 

 পশ্চিমবংগ

কলকাতা 

 ২৩

বাংলা 

 পঞ্জাৱ

চন্দীগড় 

 ২২

পাঞ্জাৱী 

 ৰাজস্থান

জয়পুৰ 

 ৩৩

হিন্দী,ৰাজস্থানী 

 ছিকিম

গেংটক 

 

লেপচা,ভুটিয়া,লিম্বু,নেপালী 

 তামিলনাডু

চেন্নাই 

 ৩৭

তামিল 

 ত্ৰিপুৰা

আগৰতলা 

 

বাংলা,ককবৰক 

 উত্তৰাখণ্ড

ডেৰাডুন 

 ১৩

হিন্দী 

তেলেংগানা

হায়দৰাবাদ

৩৩

তেলেগু

 উত্তৰ প্ৰদেশ

লক্ষ্নৌ 

 ৭৫

হিন্দী,উৰ্দু 

 

 

Post a Comment

Previous Post Next Post