Class 8 English Text Book Question Answers
(Jatiya Vidyalay Syllabus)
Lesson 5
Casabianca
I. What were the main themes of
Felicia Heman’s poetry?
(ফেলিচিয়া হিমেনৰ
কবিতাৰ মূল বিষয়বস্তুবোৰ কি আছিল?)
Ans- The main themes of Felicia
Heman’s poetry were nature, children, travel and heroic stories.
(ফেলিচিয়া হিমেনৰ
কবিতাৰ মূল বিষয়বস্তুবোৰ আছিল প্ৰকৃতি, শিশু, ভ্ৰমণ আৰু বীৰত্বসুলভ
কাহিনী।)
II. Where was Casabianca standing?
(কাচাবিয়াংকা ক’ত থিয় হৈ আছিল?)
Ans- Casabianca was standing on the
burning deck of the warship.
(কাচাবিয়াংকা জ্বলি থকা
যুদ্ধ জাহাজৰ একেবাৰে ওপৰৰ মজিয়াত থিয় হৈ আছিল।)
III. Why could his father not hear
his voice?
(তেওঁৰ দেউতাকে তেওঁৰ
মাত কিয় শুনা নাছিল?)
Ans- Casabianca’s father could not
hear his voice because his father was fallen unconscious.
(কাচাবিয়াংকাৰ দেউতাকে
তেওঁৰ মাত শুনা নাছিল কাৰণ তেওঁৰ দেউতাক অচেতন হৈ পৰি আছিল।)
IV. What did the people in the ship
do when it caught fire? What did Casabianca do then?
(জুই লগাৰ পিছত জাহাজত
থকা মানুহবিলাকে কি কৰিছিল? কাচাবিয়াংকাই তেতিয়া
কি কৰিছিল?)
Ans- The people had fled when the
ship caught fire. Casabianca was standing heroically alone on the burning deck.
(জুই লগাৰ পিছত জাহাজত
থকা মানুহবিলাক পলাইছিল। কাচাবিয়াংকাই অকলে জুই লগা জাহাজৰ ওপৰৰ মজিয়াত সাহসেৰে
থিয় হৈ আছিল।)
V. How does the poet describe
Casabianca standing in the fire?
(কবিয়ে জুইৰ মাজত থিয়
হৈ থকা কাচাবিয়াংকাক কিদৰে
বৰ্ণনা কৰিছে?)
Ans- The poet describes that when
the ship was attacked and caught fire, Casabianca did not move from his place
following his father’s words. As a result, Casabianca burnt to death by the
fire.
(যেতিয়া জাহাজখনত
আক্ৰমণ কৰা হৈছিল আৰু তাত জুই লাগিছিল, কাচাবিয়াংকাই তেওঁৰ দেউতাকৰ কথা অনুসৰন কৰি সেই ঠাইৰ পৰা অলপো লৰচৰ কৰা নাছিল।
ইয়াৰ পৰিণতিত কাচাবিয়াংকাৰ জুইত পুৰি মৃত্যু হৈছিল।)
VI. Why does the poet call the young
heart the “noblest things”?
(কবিয়ে কিয় তৰুণ হৃদয়ক মহৎ আখ্যা দিছে?)
Ans- The poet called the young heart
the “noblest things”. Because in this poem Casabianca was a brave boy. When the
ship was caught fire he stood on the burning deck following the order of his
father. He did a noble job. So the poet says so.
(কবিয়ে তৰুণ হৃদয়ক মহৎ আখ্যা দিছে। কাৰণ
কবিতাটোত কাচাবিয়াংকা এজন সাহসী ল’ৰা। যেতিয়া জাহাজত জুই লাগিছিল, দেউতাকৰ কথা অনুসৰন
কৰি তেওঁ জ্বলি থকা জাহাজৰ ওপৰৰ মজিয়াত থিয় হৈ আছিল। তেওঁ এক মহৎ কাম কৰিছিল। সেয়ে
কবিয়ে এনেদৰে আখ্যা দিছে।)
VII. Describe the scene of the
burning ship.
(জ্বলি থকা জাহাজৰ
দৃশ্যটো বৰ্ণনা কৰা।)
Ans- The warship was suddenly
attacked and it caught fire. People had fled from the ship but Casabianca stood
bravely. Fire was spreading around the ship. Casabianca’s father became
unconscious in the fire. Casabiannca was burnt to death.
(যুদ্ধ জাহাজখনত হঠাতে
আক্ৰমণ হৈছিল আৰু তাত জুইয়ে ধৰিছিল। মানুহবোৰ জাহাজৰ পৰা পলাইছিল কিন্তু
কাচাবিয়াংকাই সাহসেৰে থিয় দিছিল। জুই চাৰিওফালে বিয়পিব ধৰিছিল। কাচাবিয়াংকাৰ
দেউতাক সেই জুইত অচেতন হৈ পৰিছিল। কাচাবিয়াংকাৰ সেই জুইত জ্বলি মৃত্যু হৈছিল।)
VIII. Explain – “Upon his ..........
yet brave despair.”
(“Upon his .......... yet brave despair.” – বৰ্ণনা কৰা।)
Ans- The quoted lines are extracted
from the poem ‘Casabianca’, which is written by Felicia Heman.
In these lines, the poet says about
the heroic death of a young boy, who strictly obeys the order of his father.
The young boy shows his brave and respect.
In this poem the poet tells a story
of a young boy who was brave enough. Once, Casabianca stood on a burning
warship. All the people of warship ran away to save their lives. But Casabianca
did not move from his place. Fire was going to cover him, but he yet not lost
his brave and not despaired.
(উক্ত কবিতাশাৰী ‘Casabianca’ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে যাৰ কবি ফেলিচিয়া হিমেন।
এই বাক্যশাৰীত কবিয়ে
এজন তৰুণ যুৱকৰ বীৰৰ দৰে হোৱা মৃত্যুৰ কথা কৈছে, যিজনে কঠোৰভাৱে নিজৰ দেউতাকৰ আদেশ পালন কৰে। তৰুণ যুৱকজনে ইয়াৰ দ্বাৰা সাহস আৰু
সন্মান দেখুৱায়।
কবিতাটোত কবিয়ে এজন
তৰুণ যুৱকৰ বীৰত্বৰ কাহিনী কৈছে। এবাৰ কাচাবিয়াংকা এখন জ্বলি
থকা জাহাজৰ ওপৰত থিয় দিছিল। যুদ্ধ জাহাজখনত থকা সকলোবোৰ মানুহ নিজৰ প্ৰাণ ৰক্ষা
কৰিবলৈ পলাইছিল। কিন্তু কাচাবিয়াংকা অলপো লৰচৰ কৰা নাছিল। জুইয়ে তেওঁক আবৰি ধৰিছিল, কিন্তু তেওঁ সাহস
হেৰুৱা নাছিল আৰু হতাশ হোৱা নাছিল।)