Class 7 English Text Book Question Answer (Jatiya Vidyalaya Syllabus) Lesson 2: THE QUARREL

Class 7 English Text Book Question Answer

(Jatiya Vidyalaya Syllabus)


Class 7 English Text Book Question Answer  (Jatiya Vidyalaya Syllabus)  Lesson 2: THE QUARREL


Lesson 2: THE QUARREL


Answer the following questions
:
(তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া)


i) Who is the poet of the poem ‘The Quarrel’?

('The Quarrel' কবিতাটোৰ কবি কোন?)

Ans- Eleanor Farjeon is the poet of the poem ‘The Quarrel’.

('The Quarrel' কবিতাটোৰ কবি এলেনৰ ফাৰ্জিয়ন।)


ii) Whom did the sister quarrel with?

(ভনীজনীয়ে কাৰ সৈতে কাজিয়া কৰিছিল?)

Ans- The sister quarrelled with her brother.

(ভনীজনীয়ে তাইৰ ভায়েকৰ সৈতে কাজিয়া কৰিছিল।)


iii) What was the reason of the quarrel?

(কাজিয়াৰ কাৰণ কি আছিল?)

Ans- The reason of the quarrel was unknown.

(কাজিয়াৰ কাৰণ কোনো একো জনা নাছিল।)


iv) What did the brother say at first?

(ভায়েকে প্ৰথমে কি কৈছিল?)

Ans- The brother said at first that he was right.

(ভায়েকে প্ৰথমে কৈছিল যে সিয়েই শুদ্ধ।)


v) Why did the brother say that the afternoon turned black?

(ভায়েকে কিয় আবেলিটো অন্ধকাৰ হোৱা বুলি কৈছিল?)

Ans- After the quarrel, the sister and her brother were not talking to each other till evening. As they stopped talking to each other, the afternoon became gloomy and it seemed darker than ever. So the brother said that the afternoon turned black.

(ভনীয়েক আৰু তাইৰ ভায়েকজনে কাজিয়াৰ পিছত সন্ধিয়ালৈ ইজনে সিজনক মাত-বোল কৰা নাছিল। সেয়ে তেওঁলোকৰ আবেলিটো অইন দিনৰ তুলনাত বেছি অন্ধকাৰ যেন অনুভৱ হৈছিল। সেয়েহে ভায়েকে আবেলিটো অন্ধকাৰ বুলি কৈছিল।)


vi) How did the quarrel come to an end?

(কাজিয়াখনৰ অন্ত কেনেকৈ হ'ল?)

Ans- The brother suddenly decided to make up with his sister. He walked up to her and patted on her back. He admitted that it was his fault and suggested to patch up. Thus the quarrel came to an end.

(ভায়েকজনে হঠাতে ভনীয়েকৰ লগত মিত-মাত হোৱাৰ সিদ্ধান্ত ল'লে। সি তাইৰ কাষলে গল আৰু মৰমেৰে তাইৰ পিঠিত চাপৰ মাৰিলে। সি তাৰ ভূল হোৱা বুলি স্বীকাৰ কৰি তাইক মিত-মাত কৰিবলৈ ক'লে। এনেদৰে কাজিয়াখনৰ অন্ত পৰিল।)


vii) Find out some rhyming words from the poem.

(কবিতাটোৰ পৰা একে ছন্দযুক্ত শব্দবোৰ বাছি উলিওৱা।)

Ans- Here are some rhyming words from the poem.

Brother = another

About = out

Slight = right

Strong = wrong

Black = back

Along = wrong

Night = right.


Post a Comment

New comments are not allowed.*

Previous Post Next Post