মহৎ লোকৰ বাণী


মহৎ লোকৰ বাণী


 ১) প্ৰতিকুল পৰিস্থিতিত ধৈৰ্য্যৰে সন্মুখীন হোৱা জনেই সাহসী ব্যক্তি।- হোমেন বৰগোহাঞি


২) প্ৰতিটো পুৱাই সলনি কৰিব পাৰে নতুন জীৱন।- চৈয়দ মহম্মদ ছাদুল্লা


৩) ভাল সম্পৰ্কৰ বাবে চৰ্ত নহয়, দুজন সুন্দৰ মানুহৰহে প্ৰয়োজন।- নেলছন মেণ্ডেলা


৪) দুখ সহিব জনাজনেই ভৱিষ্যতে সুখী হ'ব পাৰে।- মহেশ্বৰ নেওগ


৫) পাৰিম বুলি ভৱা জনেহে অসম্ভৱক সম্ভৱ কৰিব পাৰে। - ডেনিয়েল ডিফো


৬) একতাই বিজয়ৰ মহান মন্ত্ৰ।- ডেনিছ ডিডেৰো


৭) হাঁহিভৰা এষাৰ মাতে জয় কৰিব পাৰে হৃদয়ৰ মহাসাগৰ।- কফি আন্নান


৮) সপোনেৰে আৰম্ভ হয় সফল ব্যক্তিৰ যাত্ৰা।- পদ্মনাথ গোহাঞি বৰুৱা


৯) নিজৰ কামৰ পৰা আনন্দ আহৰণ কৰিব জনাজনেই সফলতা লাভ কৰে।- সোমনাথ চেটাৰ্জী


১০) ধুনীয়া হোৱাটো বিশেষ নহয়, বিশেষ হোৱাটোহে ধুনীয়া।- নয়নতৰা ছাইগল



Post a Comment

New comments are not allowed.*

Previous Post Next Post